হাৰিয়ানাত উপস্থিত হৈ কংগ্ৰেছক সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছক সমালোচনা কৰে নেতাগৰাকীয়ে। তেওঁ কয় যে, 'কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়।''কংগ্ৰেছে কাশ্মীৰৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় কৰিব বিচাৰিছে নেকি?'