মহাৰাষ্ট্ৰৰ পুনে-বাংগালুৰু ৰাষ্ট্ৰয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।নৈশ বাছে খুন্দিয়ালে ট্ৰাকত।এই ঘটনাত নিহত হৈছে ৬জনকৈ লোক।পুৱতি নিশা এই ঘটনা সংঘটিত হৈছিল।ইফালে আহত হৈছে অতি কমেও ১০ জন লোক।চাতাৰা নামৰ ঠাইত এই ঘটনা সংঘটিত হৈছে।