মহাৰাষ্ট্ৰৰ ভিৱাণ্ডী এলেকাৰ অট্টালিকা খহি মৃত্যু হোৱা লোকৰ সংখ্যা পাইছে বৃ্দ্ধি।মঙলবাৰলৈ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ২১টা মৃতদেহ।.থানে পৌৰ নিগমে সদৰী কৰে এই কথা।বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে উক্ত স্থানত।