উত্তৰ প্ৰদেশৰ বলিদপুৰ নগৰত চিলিণ্ডাৰ বিস্ফোৰণ।সোমবাৰে পুৱা ৬.৪৫ বজাত এই বিস্ফোৰণ।বিস্ফোৰ্ত ক্ষতিগ্ৰস্থ হয় ৩ টাকৈ ঘৰ।বিস্ফোৰণৰ ফলত ঘৰৰ চাদ খঁহি পৰি ১১ জন লোকৰ মৃত্যু।মুঠ ২৩ জন লোক হৈছে আহত।বৰ্তমানেও আৰক্ষীয়ে চলাই আছে উদ্ধাৰ অভিযান।