ৰাষ্ট্ৰীয়

কোভিডৰ সংক্ৰমন ৰোধ কৰিবলৈ দিল্লীত শুক্ৰবাৰে নিশা ১০ বজাৰ পৰা সান্ধ্য আইন ঘোষণা…

asomiyapratidin
  • দিল্লীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন ।
  • কোৰোনাৰ সংক্ৰমন ৰোধ কৰিবলৈ শুক্ৰবাৰে নিশা ১০ বজাৰ পৰা দিল্লীত সান্ধ্য আইন ঘোষণা ।
  • সোমবাৰে সন্ধিয়া ৬ বজালৈ দিল্লীত অব্যাহত থাকিব নৈশ সান্ধ্য আইন ।
  • ইফালে কোভিডৰ ভয়াবহতাৰ বাবে দিল্লীত বন্ধ থাকিব মল,জীম আদি ।
  • হোটেল সমূহে হোম ডেলিভাৰী কৰিব পাৰিব বুলি সংবাদমেল যোগে জনাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।
  • চিনেমা হ'ল বোৰ ৩০ শতাংশ দৰ্শকেৰে খোলা ৰাখিব পাৰিব বুলি সংবাদ মেলত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।