ৰাষ্ট্ৰীয়

দিল্লীত ‘কা’ বিৰোধী প্ৰতিবাদত কংগ্ৰেছ সাংসদ শশী থাৰুৰ অংশগ্ৰহণ…

asomiyapratidin
  • দিল্লীৰ শ্বাহিন বাগত এন আৰ চি আৰু 'কা' বিৰোধী প্ৰতিবাদ।
  • শ শ লোকে এই আইনখনৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী।
  • কংগ্ৰেছ সাংসদ শশী থাৰুৰে অংশ লয় এই প্ৰতিবাদত।
  • লগতে এই প্ৰতিবাদত উপস্থিত দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সুভাষ চোপ্ৰা।