ৰাষ্ট্ৰীয়

১৭ ছেপ্টেম্বৰলৈ ই ডি জিম্মাত কংগ্ৰেছ নেতা ডি কে শিৱাকুমাৰ…

asomiyapratidin
  • ই ডিৰ জিম্মাত কংগ্ৰেছ নেতা ডি কে শিৱাকুমাৰক প্ৰেৰণ।
  • অহা ১৭ ছেপ্টেম্বৰলৈ ই ডিৰ জিম্মাত থাকিব কংগ্ৰেছ নেতাগৰাকী।
  • দিল্লী ক'ৰ্টে ই ডিৰ জিম্মালৈ প্ৰেৰণ কৰে ডি কে শিৱাকুমাৰক।
  • ধন কেলেংকাৰীৰ গোচৰত অভিযুক্ত কংগ্ৰেছ নেতা শিৱাকুমাৰ।