উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত খহি পৰিল নিৰ্মীয়মান অট্টালিকা৷অট্টালিকাটোৰ নিৰ্মানৰ দায়িত্বপ্ৰাপ্ত অভিযন্তাৰ ভুলৰ বাবেই খহি পৰাৰ সন্দেহ৷নিহত হ'ল অট্টালিকাটোৰ কামত নিয়োজিত ৫ জন মজদুৰ, আহত ৭ জন৷আহত সকলৰ ভিতৰত দুজনৰ অতি সংকটজনক অৱস্থা৷