ৰাষ্ট্ৰীয়

ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ ৰাঞ্চীত উত্তপ্ত পৰিস্থিতি। এছিছটেন্ট পুলিচ পাৰ্ছনেল আৰু আৰক্ষীৰ মাজত সংঘটিত হয় সংঘৰ্ষ। প্ৰতিবাদ সাব্যস্ত কৰা সহকাৰী আৰক্ষীৰ কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

তাৰপাছত প্ৰতিবাদকাৰীসকলক বাধা দিয়াত আৰক্ষী আৰু তেওঁলোকৰ মাজত সংঘটিত হয় সংঘৰ্ষৰ। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠীচালনা কৰাৰ লগতে কন্দোৱা গেছ নিক্ষেপ কৰে।