ৰাষ্ট্ৰীয়

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ : মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা…

asomiyapratidin
  • দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ ।
  • কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ততপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ।
  • মাস্ক পৰিধান বাধ্যতামুলক কৰিলে ছত্তীশগড় চৰকাৰে ।
  • ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা ।
  • মধ্যপ্ৰদেশৰ ৭ খন চহৰত ইতিমধ্যে দেওবাৰে এদিনৰ লকডাউন ঘোষণা কৰিছে মধ্যপ্ৰদেশ চৰকাৰে।