ৰাষ্ট্ৰীয়

চেন্নাই বিমান বন্দৰত ১৫ লাখ টকাৰ নকল সোণসহ গ্ৰেপ্তাৰ দুজনক…

asomiyapratidin
  • চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ দুজন লোকক।
  • নকল সোণসহ গ্ৰেপ্তাৰ কৰা হয় দুয়োজনকে।
  • শুল্ক বিভাগে জব্দ কৰে প্ৰায় ৪০০ গ্ৰাম নকল সোণ।
  • জব্দ কৰা নকল সোণখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা।