ৰাষ্ট্ৰীয়

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মাওবাদী নিহত

asomiyapratidin
  • ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • সংঘৰ্ষত নিহত মহিলা মাওবাদী।
  • মঙলবাৰে পুৱা দুয়ো পক্ষৰ মাজত সৃষ্টি হয় সংঘৰ্ষ।
  • তাৰপাছতেই নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহত হয় মাওবাদীটো।