ৰাষ্ট্ৰীয়

পুনৰ অশান্ত ভাৰত-পাকিস্তান সীমান্ত, সোমবাৰে ওৰেনিশা পাক সেনাৰ গুলিবৰ্ষণ…

asomiyapratidin
  • পুনৰ অশান্ত ভাৰত-পাকিস্তান সীমান্ত।
  • বাৰে বাৰে যুদ্ধ বিৰতি উলংঘন কৰিছে পাক সেনাই।
  • সোমবাৰে ওৰেনিশা সীমান্তত গুলিবৰ্ষণ কৰিলে পাক সেনাই।
  • অখনুৰ চেক্টৰত সোমবাৰে ওৰে নিশা গুলিবৰ্ষণ কৰিলে পাক সেনাই।
  • ভাৰতীয় সেনাইও দিছে যোগ্য প্ৰত্যুত্তৰ ।