ৰাষ্ট্ৰীয়

ৰবাৰ্ট বাদ্ৰাৰ ঘনিষ্ঠ ব্যৱসায়ী চি জি থম্পীক গ্ৰেপ্তাৰ…

asomiyapratidin
  • শলঠেকত পৰিব পাৰে ব্যৱসায়ী ৰবাৰ্ট বাদ্ৰা।
  • বাদ্ৰাৰ ঘনিষ্ঠ হিচাপে পৰিচিত ব্যৱসায়ী চি জি থম্পীক গ্ৰেপ্তাৰ।
  • ই ডিয়ে গ্ৰেপ্তাৰ কৰিছে ব্যৱসায়ী চি জি থম্পীক।
  • আয়ৰ সৈতে সম্পত্তিৰ কোনো সামঞ্জস্য নোহোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে থম্পীক।
  • অবৈধ সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ থম্পীৰ বিৰুদ্ধে।