বিজেপি সংসদীয় দলৰ বৈঠক ।বুধবাৰে অনুষ্ঠিত হ'ব এই বৈঠক ।বৈঠকত অংশ গ্ৰহন কৰিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, ড০ এছ জয়শংকৰ আৰু প্ৰহ্লাদ পেটেলে ।বৈঠকত অংশ গ্ৰহন কৰিবলৈ উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সকল ।