ৰাষ্ট্ৰীয়

লোকসভাৰ প্ৰাক্তন অধ্যক্ষা সুমিত্ৰা মহাজনক সাক্ষাৎ কৰিলে এন ডি এৰ লোকসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাই

asomiyapratidin
  • এন ডি এৰ লোকসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাই সাক্ষাৎ কৰিলে প্ৰাক্তন অধ্যক্ষা সুমিত্ৰা মহাজনক।
  • লোকসভাৰ প্ৰাক্তন অধ্যক্ষা সুমিত্ৰা মহাজনক সাক্ষাৎ কৰি বাৰ্তালাপ কৰে ওম বিৰলাই।
  • ৰাজস্থানৰ কোটাৰ বিজেপিৰ সাংসদ ওম বিৰলা।
  • বুধবাৰে নিৰ্বাচন কৰা হ'ব লোকসভাৰ অধ্যক্ষ।
  • দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে বিৰলা।
  • তিনিবাৰ ৰাজস্থান বিধানসভালৈ নিৰ্বাচিত হৈছিল বিৰলা।