ৰাষ্ট্ৰীয়

বিহাৰত দুৰ্বৃত্তৰ গুলীচালনাত নিহত গৃহৰক্ষী জোৱান…

asomiyapratidin
  • বিহাৰত দুৰ্বৃত্তৰ গুলীত নিহত এজন গৃহৰক্ষী জোৱান।
  • ৩ দুৰ্বৃত্তই বৃহস্পতিবাৰে পুৱা ভাগত সংঘটিত কৰিছিল এই ঘটনা।
  • ইফালে, সংকটজনক অৱস্থাত এজন চিকিৎসালয়ত ভৰ্তি।
  • বিহাৰৰ বৈশালী জিলাত সংঘটিত হয় এই ঘটনা।
  • বৰ্তমানলৈ আৰক্ষীয়ে চিনাক্ত কৰিব পৰা দুৰ্বৃত্ত কেইটাক।