ৰাষ্ট্ৰীয়

কোভিডৰ সংক্ৰমনৰ বাবে বিহাৰত লকডাউন ঘোষণা…

asomiyapratidin
  • কোভিডৰ সংক্ৰমন ৰোধৰ বাবে বিহাৰত লকডাউন ঘোষণা ।
  • বুধবাৰৰ পৰা ৰাজ্য খনত লকডাউন ঘোষণা বিহাৰ চৰকাৰৰ ।
  • ১০ দিনৰ বাবে লকডাউন ঘোষণা ৰাজ্য খনত ।
  • ১৫ মে'লৈ ৰাজ্য খনত অব্যাহত থাকিব লকডাউন ।
  • লকডাউনৰ সময়তে জৰুৰীকালীন সেৱাৰ বাদে সকলো বন্ধ থাকিব ।