ৰাষ্ট্ৰীয়

ঘন কুঁৱলীৰ ফলত বিহাৰত পথ দুৰ্ঘটনা, নিহত ১

asomiyapratidin
  • ঘন কুঁৱলীৰ ফলত বিহাৰত মুজফাপুৰত পথ দুৰ্ঘটনা।
  • বিহাৰৰ ২৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুঘৰ্টনা ।
  • কেইবাখনো গাড়ীৰ মাজত হয় সংঘৰ্ষ।
  • এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত ১৫ জন লোক ।