- ভূৱনেশ্বৰত আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ।
- হেলমেট পৰিধান নকৰাৰ বাইক চালকক বিনামূলীয়া হেলমেট দিলে আৰক্ষীয়ে।
- নতুন যান-বাহন আইন অনুসৰি, হেলমেট পৰিধান নকৰাৰ বাবে ৫০০ টকা জৰিমনা বিহি দিলে হেলমেট।
- লগতে যান-বাহন আইন মনা লোকসকলে আৰক্ষীয়ে প্ৰদান কৰিলে 'থেংক ইউ' কাৰ্ড।