ৰাষ্ট্ৰীয়

ভাৰতী সিং আৰু হৰ্ষ লিমবাচিয়াক ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ…

asomiyapratidin

ডিজিটেল ডেস্ক : ড্ৰাগছৰ গোচৰত অভিযুক্ত কৌতুক শিল্পী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিমবাচিয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ঘৰৰ পৰা গাঞ্জা উদ্ধাৰ কৰা সম্পৰ্কত ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষক দেওবাৰে মুম্বাইৰ আদালতত হাজিৰ কৰোৱা হয় ।

আদালতে ৪ ডিচেম্বৰলৈকে ভাৰতী আৰু তেওঁৰ স্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মুম্বাই আদালতে । হৰ্ষ লিনবাচিয়াক এনচিবিয়ে ১৫ ঘন্টা জেৰাৰ কৰাৰ পিছত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী গৰাকীক ।