মঙলবাৰে বিজেপিৰ সংসদীয় দলৰ বৈঠক।লোকসভাৰ পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব বৈঠক।বৈঠকত উপস্থিত হৈছেহি বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডা।অৰ্জুন ৰাম মেঘৱালো উপস্থিত হৈছেহি বৈঠকত।কিছু সময়ৰ পিছতে বৈঠক আৰম্ভ হ'ব।