ৰাষ্ট্ৰীয়

দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা…

asomiyapratidin
  • দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।
  • চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী।
  • ৫ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শ্বেখ হাছিনাই।
  • ভাৰত–বাংলাদেশ দ্বিপাক্ষিক চুক্তিক লৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত হ'ব আলোচনা।
  • বিমান বন্দৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি।