অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অধিক অৱনতি।পুনৰ এইমছলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।মোদীৰ সৈতে আছে বিজেপি সভাপতি অমিত শ্বাহো।এইমছৰ সমুখত যান-বাহন নিয়ন্ত্ৰণ দিল্লী আৰক্ষীৰ।এইমছৰ বাহিৰৰ পথত বন্ধ কৰিছে যান-বাহনৰ চলাচল।