- এইমছত চিকিৎসাধীন হৈ থকা অৰুণ জেটলীৰ স্বাস্থ্য অতি সংকটজনক হৈয়ে আছে।
- ই চি এম অ আৰু আই এ বি পি চাৰ্পোটেৰে লৈছে শ্বাস-নিশ্বাস।
- উন্নত হোৱা নাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনৰ স্বাস্থ্য।
- ৯ আগষ্টত এইমছত ভৰ্ত্তি কৰা হৈছিল অৰুণ জেটলীক।
- জেটলীৰ স্বাস্থ্য বুজ লবলৈ আজিও এইমছলৈ পুৱাই গৈছে কেইবাজনো জ্যেষ্ঠ নেতা।
- জেটলীৰ স্বাস্থ্যৰ সন্দৰ্ভত এইমছ কতৃপক্ষই জাৰি কৰা নাই কোনো বুলেটিন।