ৰাষ্ট্ৰীয়

অন্ধ্ৰপ্ৰদেশত আৰক্ষীৰ অভিযানত ২৮০ কিলোগ্ৰাম গাঞ্জাসহ আটক ১৩ জন…

asomiyapratidin
  • অন্ধ্ৰপ্ৰদেশত আৰক্ষীৰ অভিযান।
  • জব্দ ২৮০ কিলোগ্ৰাম গাঞ্জা।
  • দুখন বাহনৰ পৰা গাঞ্জাখিনি জব্দ কৰা হৈছে।
  • ইফালে দুটা পৃথক গোচৰত আটক ১৩ জন লোক।
  • কৃষ্ণা জিলাত বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছে।