ৰাষ্ট্ৰীয়

বাজাজ ইলেক্ট্ৰিকেলছৰ অধ্যক্ষৰ পুত্ৰ অনন্ত বাজাজৰ আকাল মৃত্যু

asomiyapratidin

ডিজিটেল  ডেস্কঃ বিশিষ্ট উদ্যোগপতি তথা বজাজা ইলেক্ট্ৰিকেলছৰ শ্বেয়াৰমেন শেখৰ বাজাজৰ পুত্ৰ অনন্ত বাজাজৰ শুকুৰবাৰে দেহাৱসান ঘটে।

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অনন্ত বাজাজৰ। শনিবাৰে পুৱা তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। বাজাজ ইলেক্ট্ৰিকেলছতে ২০১২চনত তেওঁ যুটীয়া পৰিচালন সঞ্চালকৰূপে যোগদান কৰিছিল।

দুমাহৰ আগতে তেওঁক নিযুক্তি দিয়া হৈছিল পৰিচালন সঞ্চালক ৰূপে। দেশৰ যুৱ উদ্যোগপতিসকলৰ ভিতৰত অন্যতম আছিল অনন্ত বাজাৰ।