- আজি পশ্চিম বংগৰ মালদালৈ যাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
- এখন বিশাল জনসভাত অংশ লব শ্বাহে।
- দলীয় কাম-কাজৰো বুজ ল'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।
- উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছিল বিজেপি সভাপতি গৰাকী ।
- ছোৱাইন ফ্লুত আক্ৰান্ত হৈছিল শ্বাহ।