দিল্লীত অনুষ্ঠিত শ্বাবদ অন্নাহাদ কীৰ্তন অনুষ্ঠান।অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।.দিল্লীৰ ইণ্ডিয়ান গেটত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানটি।দিল্লী শিখ গুৰদ্বাৰ মেনেজমেন্ট কমিটীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান।