২৩ জানুৱাৰীত আমেঠিলৈ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী।কেইবাখনো জনসভাত ভাগ লব ছোনিয়া-ৰাহুলে।নেতা দুগৰাকীক আগমনক লৈ আমেঠিত কংগ্ৰেছ সমৰ্থক সকলৰ ব্যাপক প্ৰস্তুতি।দুদিনীয়া ভ্ৰমণসূচীৰে এই যাত্ৰা ।