- ৩০ জানুৱাৰীত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ সৰ্বদলীয় বৈঠক ।
- দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক ।
- ডিজিটেল মাধ্যমৰ যোগেদি অুষ্ঠিত হ'ব সৰ্ব দলীয় বৈঠক ।
- বুধবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কথা জানিব দিয়ে ।
- ২৯ জানুৱাৰীত অনুষ্ঠিত হ'ব বাজেট অধিবেশন ।
- সৰ্বদলীয় বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ কামকাজৰ ৰূপ ৰেখা প্ৰদৰ্শন কৰাৰ লগতে বিৰোধী দলৰ পৰা পৰামৰ্শ গ্ৰহন কৰিব বুলি যোশীয়ে ব্যক্ত কৰে ।