ৰাষ্ট্ৰীয়

বাজেট অধিবেশনৰ প্ৰাকক্ষণত সৰ্বদলীয় সভাৰ আহ্বান লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনৰ

asomiyapratidin
  • লোকসভাৰ বাজেট অধিবেশনৰ প্ৰাকক্ষণত সৰ্বদলীয় সভাৰ আহ্বান।
  • ৩০ জানুৱাৰীত আহ্বান কৰা হৈছে এই সভাৰ।
  • সভাৰ আহ্বান কৰিছে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে।
  • বাজেট অধিবেশন সম্পৰ্কত আলোচনা হোৱাৰ সম্ভাৱনা এই সভাত।
  • সংসদত অনুষ্ঠিত হ'ব এই সভা।