ৰাষ্ট্ৰীয়

দিল্লীৰ অটোৰিক্সা আৰু টেক্সি চালকক প্ৰদান কৰা হ’ব ৫০০০ কৈ টকা : অৰবিন্দ কেজৰিৱাল

asomiyapratidin
  • অটোৰিক্সা আৰু টেক্সি চালকক প্ৰদান কৰা হ'ব ৫০০০ কৈ টকা ।
  • এই সিদ্ধান্ত গ্ৰহন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।
  • কোভিডৰ সংক্ৰমন ৰোধৰ বাবে দিল্লীত বৰ্তমানেও অব্যাহত আছে লকডাউন ।
  • লকডাউনৰ বাবে হোৱা বিত্তীয় সংকটৰ বাবে সহায়ৰ উদ্দেশ্যে এই সিদ্ধান্ত কেজৰিৱাল চৰকাৰৰ ।
  • দেশত এদিনতে ৩.৫ লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত হৈছে ।