ৰাষ্ট্ৰীয়

উন্নাৱত দুৰ্বৃত্তই জ্বলালে ক্ৰাছাৰ প্লান্ট…

asomiyapratidin
  • উন্নাৱত দুৰ্বৃত্তই জ্বলাই দিলে এখন ক্ৰাছাৰ প্লান্ট।
  • ট্ৰান্স গংগা চিটি প্ৰজেক্টৰ বাবে ব্যৱহাৰ কৰা হৈছিল ক্ৰাছাৰ প্লান্টখন।
  • এই সন্দৰ্ভত জিলা দণ্ডাধীশে কয়-
  • 'একাংশ দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে।'
  • 'আমি কাষৰ গাঁওসমূহলৈ গৈছো আৰু সকলোৱে শান্তি অটুট ৰাখিবলৈ আহ্বান জনাইছো।'
  • 'আমি এই ট্ৰান্স গংগা চিটি প্ৰজেক্টৰ কাম আগবঢ়াই যাম।'