ৰাষ্ট্ৰীয়

তেলেংগানাত ভূপতিত প্ৰশিক্ষণ বিমান

asomiyapratidin
  • তেলেংগানাত ভূপতিত এখন প্ৰশিক্ষণ বিমান৷
  • তেলেংগানাৰ ৰঙা ৰেড্ডী জিলাৰ শংকৰপল্লি মণ্ডতত ভূপতিত হয় বিমানখন৷
  • এক প্ৰশিক্ষণমূলক উৰণৰ সময়তে মাটিত সৰি পৰে বিমানখন৷
  • যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ৷
  • দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে পাইলটজনৰ৷