ৰাষ্ট্ৰীয়

দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ…

asomiyapratidin
  • দিল্লীত ৰে'লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ।
  • টেগ'ৰ গাৰ্ডেন মেট্ৰ' ষ্টেচনত আত্মহত্যা কৰে লোকজনে।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৰণোত্তৰৰ বাবে প্ৰেৰণ কৰে মৃতদেহ।
  • বৰ্তমানলৈ মৃত লোকজনক চিনাক্ত কৰা হোৱা নাই।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।