জম্মু-কাশ্মীৰৰ অনন্তনাগৰ শেৰবাগ আৰক্ষী থানাৰ সমীপত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ।এই ঘটনাত আহত হৈছে চাৰি জন সাধাৰণ নাগৰিক।ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন চি আৰ পি এফৰ জোৱান।ঘটনাৰ পাছতে অঞ্চলটোত সেনাৰ অভিযান।কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা আৰক্ষীৰো ।