মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড।মুম্বাইৰ ক্ৰফ'ৰ্ড মাৰ্কেটৰ সমীপত এখন চলন্ত বাহনত এই অগ্নিকাণ্ড।.বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ অহা নাই।অগ্নিনিৰ্বাপক বাহিনীয়ে ইতিমধ্যে নিৰ্বাপিত কৰিছে জুই।