- দামান চহৰত কথমপি প্ৰাণ ৰক্ষা পৰিল এটি দুবছৰীয়া শিশুৰ।
- শিশুটি এটা অট্টালিকৰা দ্বিতীয় মহলাৰ পৰা তলত বাগৰি পৰে।
- কিন্তু স্থানীয় কেইজনমান লোকে শিশুটিক তলত বাগৰি পৰা সময়তে ধৰাৰ বাবে ৰক্ষা পৰি প্ৰাণ।
- এই ভয়াৱহ ঘটনাত অৱশ্যে শিশুটি আহত হোৱা নাই বুলি জানিব পৰা যায়।
- এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছে কেমেৰাত।