ৰাষ্ট্ৰীয়

নক্সালবাদীৰ ভাবুকিক নেওচি চত্তীশগড়ত ৭০ শতাংশ ভোটদান

asomiyapratidin
  • নক্সালবাদীৰ ভাবুকিকো নেওচি সম্পূৰ্ণ হ'ল চত্তীশগড়ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷
  • ৰাজ্যখনৰ ৭০ শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ৷
  • ৰাজ্যখনৰ নিৰ্বাচনক লৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নক্সালবাদীয়ে৷
  • দুপৰীয়া বীজাপুৰত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ সংঘৰ্ষত নিহত হৈছিল ৫ নক্সালবাদী৷
  • ইয়াৰ পিছতো সদলবলে ভোটদান কৰিবলৈ ওলাই আহিছিল ৰাজ্যখনৰ নাগৰিক৷