ৰাষ্ট্ৰীয়

নগদ ১.৫ কোটি টকাসহ ২ কোটি টকাৰ সুৰা জব্দ…

asomiyapratidin
  • বুলন্দচহৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সুৰা জব্দ।
  • আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় অস্ত্ৰ-শস্ত্ৰ আৰু সুৰাখিনি।
  • আৰক্ষীয়ে জনোৱা মতে- ৪০৫ টা মাৰণাস্ত্ৰ, ৭৩৯ টা কাৰটুজ জব্দ কৰা হৈছে।
  • লগতে জব্দ কৰা হৈছে ২ কোটি টকাৰ সুৰা আৰু ১.৫ কোটি টকা নগদ ধন।
  • আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।