ৰাষ্ট্ৰীয়

পুনেত বানৰ ফলত নিহত ২৭জন, ২ লাখ বন্যাৰ্তক শিবিৰলৈ স্থানান্তৰ…

asomiyapratidin
  • মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ অব্যাহত।
  • ৰাজ্যখনৰ পুনেৰ ৫খন ৰাজ্যত বানে কাঢ়ি নিলে ২৭জনৰ প্ৰাণ।
  • ইফালে, ২ লাখ বন্যাৰ্তক স্থানান্তৰিত কৰা হৈছে আশ্ৰয় শিবিৰলৈ।
  • পুনেৰ তিনিখন জিলা ক্ৰমে কোলহাপুৰ, ছাংগলী আৰু ছাতাৰাৰ বন্যাৰ্তক স্থানান্তৰিত কৰা হছে শিবিৰলৈ।