২০০০ৰো অধিক ভাৰতীয় তীৰ্থযাত্ৰী শ্ৰীলংকা অভিমুখে ৰাওনা।শ্ৰীলংকাৰ বাৰ্ষিক ছেন্ট এন্থনী চাৰ্চ ফেষ্টিভেললৈ ৰাওনা তীৰ্থযাত্ৰীসকল।তামিলনাডুৰ পৰা জল পথেৰে যাত্ৰা আৰম্ভ ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ।দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী।