ৰাষ্ট্ৰীয়

হিমাচলপ্ৰদেশত দ’ খাৱৈত বাগৰিল বাছ, আহত ২০…

asomiyapratidin
  • হিমাচলপ্ৰদেশৰ কুল্লু জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • কুল্লু জিলাৰ বনজাৰ এলেকাত দ' খাৱৈত বাগৰিল এখন বাছ।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰায় ২০জনকৈ লোক।
  • দুৰ্ঘটনাগ্ৰস্ত বাহনখন প্ৰায় ৫০জনকৈ যাত্ৰী আছিল।
  • বনজাৰৰ পৰা গাডাগুশ্বানি অভিমুখে গৈ আছিল বাছখন।
  • উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।