অন্ধ্ৰপ্ৰদেশ পৰিবহণ নিগমৰ বাছৰ পৰা ১ কোটি টকা নগদ ধন জব্দ।পৰিবহণ নিগমৰ বেগত থৈছিল ধনখিনি।অন্ধ্ৰপ্ৰদেশৰ জেন্দালা দিব্বাত আৰক্ষীয়ে জব্দ কৰে ধনখিনি।আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।