দিল্লীত মঙলবাৰে ঘন কুঁৱলীৰ ফলত ৰেলৰ সময়সূচী সলনি।ঘন কুঁৱলীৰ ফলত সয়মসূচী সলনি বহু কেইখন ৰে'লৰ।১৮খনকৈ ৰেলৰ সময়সূচী সলনি কৰা হৈছে ঘন কুঁৱলীৰ বাবে।ইতিমধ্যে বহু কেইখন ৰে'ল পলমকৈ উপস্থিত ৰেল ষ্টেচনত।অসুবিধাৰ সন্মুখীন যাত্ৰীসকল।