ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত ৰে'ল সেৱা।ঘন কুঁৱলীৰ বাবে ১২ খন ৰে'লৰ যাত্ৰাত বিলম্ব।কেইবাদিনো ধৰি কুঁৱলীৰ বাবে ব্যাহত হৈ আহিছে ৰে'ল সেৱা।ঘন কুৱলীৰ বাবে বিগত কেইটামান দিনত ব্যাহত হৈছে বিমান সেৱায়ো ।