আজি ওড়িশাত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভুৱনেশ্বৰত বিশাল ৰোড শ্ব'ত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। সম্বলপুৰতো প্ৰধানমন্ত্ৰীয়ে চলাব প্ৰচাৰ অভিযান। কৰ্বা আৰু ভাটাপাৰাতো সম্বোধন কৰিব জনসভা।বিজেপি প্ৰাৰ্থীৰ হৈ ৪খন সভাত চলাব প্ৰচাৰ অভিযান।