নিৰ্বাচন-২০১৯

কেৰালাত দুই ৰাজনৈতিক দলৰ সংঘাত, চাওক VIDEO

asomiyapratidin
  • কেৰালাত দুই ৰাজনৈতিক দলৰ সংঘাত।
  • দেওবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা সৃষ্টি হয় এই অপ্ৰীতিকৰ পৰিস্থিতি।
  • নিৰ্বাচনী প্ৰচাৰক কেন্দ্ৰ কৰিয়েই দুই দলৰ সমৰ্থক লিপ্ত হয় কাজিয়াত।
  • এলডিএফ আৰু ইউডিএফৰ সমৰ্থকে কেৰালাৰ প'য়াপল্লিত লিপ্ত হয় সংঘাতত।
  • চাওক সেই দৃশ্য-