নিৰ্বাচন-২০১৯

কাৰ কাৰ পৰা লাভ কৰিছে ধন, ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক জনাব লাগিব সবিশেষঃ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

asomiyapratidin
  • নিৰ্বাচন সন্দৰ্ভত ৰাজনৈতিক দলসমূহলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা।
  • নিৰ্বাচনৰ বাবে কোনো সংস্থা বা প্ৰাৰ্থীৰ পৰা লাভ কৰা অনুদান সন্দৰ্ভত ৰাজনৈতিক দলসমূহে জনাব লাগিব বিতং তথ্য।
  • বন্ধ খামৰ ভিতৰত নিৰ্বাচনক আয়োগক সবিশেষ তথ্য জমা দিব লাগিব ৰাজনৈতিক দলসমূহে।
  • উল্লেখ্য যে, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে বিভিন্ন সংস্থা আৰু ব্যৱসায়ীৰ পৰা আৰ্থিক অনুদান লয়।